লখিমপুৰ জিলাৰ বঙালমৰাত আমছুৰ প্ৰতিবাদ ।
আমছুৰ প্ৰতিবাদত উত্তাল লখিমপুৰ জিলাৰ বঙালমৰা ।অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা হায়, হায়, অসম চৰকাৰ হায় হায়, উচ্ছেদিতক পুনৰ সংস্থাপন দিবৈ লাগিব আদি শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰে।

