লখিমপুৰ কে বি ৰোডত পথ দুৰ্ঘটনা

লখিমপুৰ কে বি ৰোডত পথ দুৰ্ঘটনা সংঘটিত হৈছে।
তীব্র বেগী ডাম্পাৰে মহতিয়াইনিলে পথচাৰীক।
নিহত ফটিক নাথ বুলি জানিব পৰা গৈছে। ৪৮ বছৰীয়া
নিহত ফটিক নাথৰ ঘৰ লখিমপুৰ আজাদ নাথ গাঁৱত ।
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ এৰি পলায়ন কৰে চালকে।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে AS 22 C – 3851
ইতিমধ্যেই লখিমপুৰ যানবাহন আৰক্ষীয়ে জব্দ কৰে ডাম্পাৰ খন ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *