যোৰহাটত তেল পৰিবাহী টেংকাৰ পৰিল দ খালত।পশ্চিম যোৰহাটৰ বাই পাচত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।ট্ৰেভেলাৰ ছালকে আগ ভেটি ট্ৰেংকাৰ ছালকক মাৰ পিত কৰা অভিযোগ।ছালক জনে জানিবলৈ দিয়া মতে AS 03 BC 5111 নম্বৰৰ ছালক জনৰ বাবে এই দুৰ্ঘটনা সংঘটিত হল।এই দুৰ্ঘটনাত কোনো লোকৰ ক্ষয় খতি হোৱা নাই
বৰ্তমান উদ্ধাৰ অভিযান চলি আছে আৰক্ষী আৰু জিলাপ্ৰশাসনৰ।টেংকাৰ খনৰ নাম্বাৰতো হৈছে AS 01 NC 8251
