মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।পুৱাই মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।মৰিগাঁৱৰ পূৱ জালুগুটিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।দুখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
।দুৰ্ঘটনাটোত ৩০ ৰো অধিক লোক আহত হয়।কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।দুৰ্ঘটনাত পতিপমত হোৱা ট্ৰেভেলাৰ দুখনৰ নম্বৰ AS-25-BC-6244 আৰু AS-01-GC-4778 আৰু আহত লোকসকলক মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক সকলক গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *