মৰিগাঁও সাপমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলা বিকাশ কেন্দ্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ উদযাপন



মৰিগাঁও সমীপৰ সাপমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলা বিকাশ কেন্দ্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে দিনযোৰা কাৰ্যসূচী ৰূপায়ন। কাৰ্যসূচী অনুসৰি পুৱা ভাগত ভাগৱত পাঠ আৰু দুপৰীয়া ভাগত সনাতন সংস্কৃতিৰ পৰম আৰাধ্য পুৰুষ শ্ৰীকৃষ্ণৰ দৰ্শন , শিশু শীৰ্ষক গাম্ভীৰ্য পূৰ্ণ আলোচনাচক্ৰ,শিশু কৃষ্ণ পুজনৰ লগতে এক শোভাযাত্ৰাৰ উলিয়াই । লগতে দেশৰ প্ৰতিজন শিশু যাতে শ্ৰী কৃষ্ণৰ আৰ্দশৰে আদৰ্শ বান হ পিতৃমাতৃক শ্ৰীকৃষ্ণৰ দৰেই নন্দ-যশোদা, দৈবকী-নন্দৰ লেখীয়াকৈ শ্ৰদ্ধা ভকতি কৰে সেই উদ্দেশ্যৰে এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় বুলি সদৰী কৰে হিন্দু জাগৰণ মঞ্চৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক উৎপল কুমাৰ নাথে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *