মৰিগাঁও ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ



মৰিগাঁও ৰাজপথত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ।
অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা আৰু চৰকাৰী শিক্ষাখণ্ড বিৰোধী সিধান্তসমূহ বাতিল কৰা আৰু চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰাৰ দাবীত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত এক মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় ।
প্ৰতিবাদ কাৰী দলটোৱে চলিত চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰে মৰিগাঁও ৰাজপথ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *