মুছলপুৰত ৫শ দুগ্ধজাত সামগ্ৰী বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই

মুছলপুৰত ৫শ দুগ্ধজাত সামগ্ৰী বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই



বাক্সাৰ মুছলপুৰত ৫শ দুগ্ধজাত সামগ্ৰী বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত জিলা খনৰ পাচশ হিতাধীকাৰীক দুগ্ধজাত সামগ্ৰী বিতৰণ কৰা হয়৷ পৰৱৰ্তী সময়ত বিটিচিৰ আন জিলা সমুহতো এই ধৰণৰ সামগ্ৰী বিতৰন কৰা হব বুলি ব্যক্ত কৰে বিভাগীয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *