মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে

65

‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে।

যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’।

‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’।

‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১ লাখৰ অধিক ভোটত হাৰিলেহেঁতেন’।

যোৰহাটত গৌৰৱ গগৈৰ জয়লাভ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া ।