মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ ঘটনা

মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ ঘটনা৷
চোৰাং চিকাৰীয়ে এইবাৰ প্ৰাপ্তবয়স্ক দঁতাল হাতী হত্যা কৰি কাটি নিলে দাঁত৷ৰাষ্ট্ৰীয় উদ্যানখনৰ চিৰাং জিলাৰ বিজনীৰ পাণবাৰী ৰেঞ্জৰ চাহাবঘাটত সংঘটিত হৈছে এই ঘটনা৷হাতীটো হত্যাৰ পিছত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহ, পোহৰলৈ আহিছে এই ঘটনা৷পাণবাৰী ৰেঞ্জৰ পৰা প্ৰায়৪-৫ কিঃমিঃ নিলগৰ চাহাবঘাটত সংঘটিত হৈছে এই ঘটনা।প্ৰকৃততে এই দঁতাল হাতীটোৰ হত্যাৰ ঘটনাই ৰাষ্ট্ৰীয় উদ্যানখনত পুনৰ চোৰাং চিকাৰী সক্ৰিয় হোৱাটোকে সূচাইছে নেকি?

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *