এফালে প্ৰকৃতি সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ বাণী, আনফালে মহানগৰীৰ মাজমজিয়াত গছ ধ্বংসযজ্ঞ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ মূল্যৱান গছ কাটি তহিলং৷ বিশ্ববিদ্যালয়খনলৈ আহিব NAACৰ প্ৰতিনিধি দল, সেয়ে বিশ্ববিদ্যালয় চৌহদ সুন্দৰ কৰাৰ উদ্দেশ্যে কটা হৈছে মূল্যৱান গছ৷
