মহানগৰীৰ পাণ্ডুত অঘটন

মহানগৰীৰ পাণ্ডুত অঘটন সংঘটিত হয়। পাণ্ডু কেবিনৰ সমীপত পুৱাই উদ্ধাৰ এটা মৃতদেহ হয়।উল্লেখযোগ্য যে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো। ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষী থানাৰ দল। এই পৰ্যন্ত পোহৰলৈ অহা নাই মৃত যুৱকজনৰ পৰিচয়। কিন্তু যুৱকজনক কোনো দুৰ্বৃত্তই নিৰ্মমভাৱে নিশা হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *