নকল সোন আৰু নকল টকা বেপাৰী বিৰোদ্ধে যোজ দি অহা হাচিনা বেগমৰ মন্তব্য
মোৰ জীয়াই থাকিবলৈ আশা আছিল ,এই চক্ৰটোৰ পৰা জীয়াই থাকিব নোৱাৰিম
মই নিৰাপত্তাহীনতাত ভোগিছো
মই ঘৰত যাব পৰা নাই ৷ঘৰত গলে সিহঁতে মোক মাৰি পেলাব
মোৰ স্বাস্থ্য সুব বেয়া
ছাৰৰ ওপৰতেই মোৰ ভৰসা
আজি এই দৰে মন্তব্য কৰে নকল সোনৰ বেপাৰী বিৰোদ্ধে যোজ দিয়া হাচিনা বেগমে ।