‘ভাৰত সংখ্যালঘুসকলৰ বাবে সুৰক্ষিত দেশ। ভাৰতত কোনো বৈষম্য নাই। পাৰ্চীসকলেও ভাৰততে বিচাৰি পাইছে আটাইতকৈ সুৰক্ষিত স্থান। যিসকলে সন্দেহ কৰে তেওঁলোক ভুল প্ৰমাণিত হ’ব’। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।