বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা
ট্রাকৰ ভিতৰতে কাচৰ বাকচৰ হেঁচাত চালকৰ মৃত্যু
চৌধুৰী গ্লাছ কৰ্ণাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত এই ঘটনা
ট্রাকৰ পৰা কাচৰ বাকচসমূহ নমাবলৈ লওতেই মুত্যুমুখত পৰে চালকজন
মৃত চালকজন ট্ৰাকখনৰে স্বত্বাধিকাৰী মহম্মদ
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
