বৰপুখুৰী শাখা কার্যালয় অসম চাহ জনজাতি ছাত্ৰ সন্থা ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বৰপুখুৰী শাখা কার্যালয় অসম চাহ জনজাতি ছাত্ৰ সন্থা ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।আজি সোমবাৰে পোৱাই বিশ্বনাথ চাৰিআলিৰ বামুণীপথাৰ গাঁও পঞ্চায়ত অন্তৰ্গত বৰপুখুৰী চাহ বাগীছাত বৰপুখুৰী শাখা কার্যালয় সন্মুখত অসম চাহ জনজাতি ছাত্ৰ বৰপুখুৰীৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু বৰপুখুৰী বাগিছা শ্ৰমিকৰ সহযোগত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ২ ঘণ্টাৰ ধৰ্মঘট ৰূপায়ণ কৰে।অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ খালী এঠাই অতি শীঘ্ৰেই পুৰণ কৰক ৷চাহ শ্ৰমিকৰ শোষণ নীতি বন্ধ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *