ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী

82

ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী।

মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ফেৰী আবদ্ধ।

পুৱা ৯.৪৫ বজাত কমলাবাৰীৰ পৰা ৰাওনা হৈছিল নিমাতী ঘাটলৈ।

বৰ্তমান কমলাবাৰী ঘাটৰ পৰা অন্য এখন ফেৰীৰে উদ্ধাৰ যাত্ৰীসকলক।