ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ

49

ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ।

নৈৰ মাজত আবদ্ধ এম ভি শংকৰী নামৰ জাহাজখন।

প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে ব্ৰহ্মপুত্ৰৰ বুকুত।

জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী আছিল জাহাজখন।

অৱশেষত যাত্ৰীসকলক সুকলমে উদ্ধাৰ।