বৃহৎ চোৰৰ গেং আটক

31

গহপুৰৰ হেলেমত বৃহৎ চোৰৰ গেং আটক।

ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ আটক হেলেম আৰক্ষীৰ।

ৰাজ্যৰ ভিন্নপ্ৰান্তত চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰকেইটাই।

আটক মুকালমুৱৰ চাব্দান খান, ছাফিকুল ইছলাম, আক্ৰোম আলী, চায়েদ আলী, নাজ্ৰোল হক, কায়েম আলী, জাহাৰুদ্দিন আলী, বদিউদ জামান সৰকাৰক।