বিশ্বৰ ১০ যোৰ ধুনীয়া চকু

বিশ্বৰ ১০ যোৰ ধুনীয়া চকু

যাৰ সৌন্দৰ্যৰ তুলনা নাই

চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে…

চকুৱে প্ৰকাশ কৰে মনৰ ভাষা

চকুৱে বহু কথাই কয়

এযোৰ ধুনীয়া চকুৰ গৰাকী হ’বলৈ সকলোৱে আশা কৰে

মানুহৰ শুৰুত্বপূৰ্ণ অংগৰ ভিতৰত চকু অন্যতম

বিশ্বৰ ১০ যোৰ ধুনীয়া চকুৰ গৰাকী

জন্মগতভাৱেই এনে চকুৰ গৰাকী

তেওঁলোক কোনো চেলিব্ৰেটি নহয়

এই বিষয়ে জানিবলৈ শেষলৈকে চাওক এই প্ৰতিবেদন

এজনী সৰু ছোৱালী
তাইৰ চকুত যেন ধৰা দিয়েহি আকাশ

তাইৰ চকুত আছে গভীৰতা আৰু নীলা

তাইৰ চকুত কোনো কৃত্ৰিম লেন্স লগোৱা নাই

প্ৰাকৃতিক ভাৱেই এনে চকুৰ অধিকাৰী তাই

এই চকুকেইটালৈ চাই অনুভৱ কৰক

কিমান ধুনীয়া হ’ব পাৰে তাইৰ দুচকো

🔹 ভাৰতৰ এগৰাকী কনমানী

বিশ্বৰ অন্যতম চকুৰ গৰাকী তেওঁ

চাৱক কি অপূৰ্ব চকু

আপুনি চালে হয়তো ভাবিব যে তাইৰ চকুত কিবাযেন লগাই থৈছে

কিন্তু জন্মগতভাৱেই এনে চকুৰ অধিকাৰী তেওঁ

🔹 আন এযোৰী বিশ্বৰ অন্যতম ধুনীয়া চকু

এইখন যুদ্ধৰ সময়ৰ বিখ্যাত ছবি

🔹এযোৰ চকু কিমান উজ্বল হ’ব পাৰে

তাৰ প্ৰমাণ এইযোৰ চকু

চকুহালত আশাৰ চিকমিকনি দেখিবলৈ পোৱা গৈছে

ফটো তুলা ফটোগ্ৰাফাৰ জনেও নাজানে কাৰ চকু এয়া

ফটোগ্ৰাফাৰ জনে এই চকুযোৰিত বিচাৰি পাইছিল উজ্বলতা

🔹ফটোখনলৈ মন কৰক
এটা প্ৰাণখুলা হাঁহি

তেওঁৰ চকুৱে বহু কথা কয়

চাওঁক কিমান ধুনীয়া চকু

আফ্ৰিকাৰ শিশুগৰাকীৰ চকুত আছে সমস্ত আকাশৰ নীলা

🔹সাগৰৰ দৰে নীলা পাতল বৰণৰ এযোৰ চকু

কিশোৰীগৰাকীৰ চকুত আছে আকুলতা

বিশ্বৰ অন্যতম ধুনীয়া চকুৰ ভিতৰত তেওঁৰ চকুৱে স্থান পাইছে

🔹আপুনি হয়তো এনেকুৱা চকু কাহানিও দেখা নাই

এনে ধুনীয়া চকু কাৰোবাৰ যে থাকিব পাৰে আপুনিও ভবা নাই

🔹এযোৰ আকৰ্ষণীয় চকু

চেলিব্ৰেটি সকলে ক’নটেক্ট লেন্স লগাই চকুযুৰিৰ আকৰ্ষণ বৃদ্ধি কৰে

কিন্তু এওঁৰ চকুত নাই এনে লেন্স

🔹বিশ্বৰ সুন্দৰী অভিনেত্ৰী সকলেও চক খাই উঠিব এই চকু দেখিলে

সৌন্দৰ্যক অধিক প্ৰাণ দিছে চকুযোৰীয়ে

🔹 এই চকুযোৰীত দেখা পোৱা গৈছে আত্মা

যুদ্ধত বিধ্বস্ত এক জীৱনৰ ছবি

যুদ্ধৰ সকলো শংকা ঢাকি ৰাখিছে চকুযোৰে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *