বিশ্বনাথঘাট বৰ নামঘৰত১৭যোৰ দৰা কন্যাৰ সামূহিক বিবাহ

বিশ্বনাথঘাট বৰ নামঘৰত১৭যোৰ দৰা কন্যাৰ সামূহিক বিবাহ৷
বিশ্বনাথঘাট পুৰণি গাৱঁৰ বৰ নামঘৰত আজি এক উখল মাখল পৰিবেশ ৷আয়তীৰ বিয়া নামেৰে মুখৰিত পুৰণি গাৱঁৰ বিবাহ স্থলী ৷ মহাবাহু ব্ৰহ্মপুত্ৰ শাখাৰ উদ্যোগত আৰু বিশ্বনাথঘাট পুৰণি গাৱঁৰ ৰাইজৰ সহযোগত ১৭ যোৰ দৰা কন্যাৰ সংস্কাৰ সামূহিক বিবাহ অনুষ্ঠিত কৰা হয়৷ যিসকল লোকে আৰ্থিক অনাটত সামাজিকভাবে বিবাহ সম্পন্ন কৰিব পৰা নাছিল সেইসকল দৰা কন্যাক আজি সকলো হিন্দু ৰীতি নীতি নিয়মেৰে এই বিবাহ অনুষ্ঠানিক ভাবে একেলগে কৰা হয়৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *