বিটিআৰত ১২টা ৰাজহ চক্ৰত ভূমি পট্টা প্ৰদান


বিটিআৰত ১২টা ৰাজহ চক্ৰত ভূমি পট্টা প্ৰদান
ৰাজনৈতিক জীৱনত ভূমি পট্টা প্ৰদানেই মোৰ ডাঙৰ কাম বুলি মন্তব্য কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম

বিটিআৰত আজি ১২টা ৰাজহ চক্ৰৰ অন্তৰ্গত লোকক ভূমি পট্টা প্ৰদানৰ বাবে এক ঐতিহাসিক কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ আজিৰে পৰা আৰম্ভ হোৱা এই ভূমি পট্টা প্ৰদান অনুস্হানত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই তেওঁৰ ৰাজনৈতিক জীৱনত ভূমিপট্টা প্ৰদান কৰাটোৱেই ডাঙৰ কাম বুলি অভিহিত কৰে ৷ একচনীয়া পট্টাৰ পৰা ম্যদী পট্টালৈ পৰিৱৰ্তন, উত্তৰাধিকাৰীসূত্ৰে। নামজাৰি ,আৱন্টিত মাটি এমএনপি আবন্টিত মাটিৰ ম্যাদী পট্টা প্ৰদান, মাটি থকাৰ প্ৰমাণপত্ৰ, চিঠাৰ প্ৰমাণিত প্ৰমাণিত প্ৰতিলিপি,জমাবন্দী প্ৰমাণিত প্ৰতিলিপি আদি সুবিধা হোৱাকৈ ভূমি পট্টা প্ৰদান কৰা হয় ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *