বিজনীৰ ভাওৰাগুৰিত আৰক্ষীৰ জালত কুখ্যাত ডকাইতৰ দল। কুখ্যাত ডকাইতৰ দলটোৰ ৮ সদস্যক গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ। দুখন বাহন, তৰোৱাল, খুকুৰী, ডেগাৰ, নগদ, ম’বাইল জব্দ। ডকাইতি কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ ৮জনীয়া দলটোক। ধৃত কুটুব আলী, আশ্ৰফ আলী, আনিছুৰ ৰহমান, মহবুবুৰ ৰহমান, ৰছিদুল আলী, হবু শ্বেখক, বাছেৰ আলী আকন্দ, আব্দুল মজিদ।
