বাক্সাৰ শালবাৰীত PFI সদস্যক আটক। শালবাৰীৰ গোৱৰ্দ্ধনাত দুজন PFI সদস্যক আটক। আটকাধীন PFI সদস্য দুজন ৰুহুল আমিন আহমেদ, টোটা মিয়া। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে চলাইছিল PFI বিৰোধী অভিযান। অভিযানৰ সময়ৰে পৰা পলাতক আছিল PFI সদস্য দুজন। সম্প্ৰতি গোৱৰ্দ্ধনা আৰক্ষীৰ জিম্মাত PFI সদস্যদ্বয়। ১২৯/২২ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।