বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিবেশ

বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিবেশ ।বটদ্ৰৱাৰ হাইডুবি পথাৰত চৰকাৰী ভূমিত যি কোনো মুহূৰ্তত চলিব নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ।বেদখলকাৰীৰ বাসগৃহত চলিব প্ৰশাসনৰ বুলড’জাৰ ।নগাঁও জিলা প্ৰশাসনে বৃহস্পতিবাৰে জাননী দিয়াৰ পিছতেই চৰকাৰী ভূমিত বসবাস কৰি থকা একাংশ লোক অন্য স্থানলৈ স্থানান্তৰিত হৈছে ।ভাঙিছে ঘৰ বাৰী, অন্য স্থানলৈ লৈ গৈছে লাগতিয়াল সা – সামগ্ৰী ।বটদ্ৰৱাৰ ৰামপুৰসত্ৰ, হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ধনীয়াভেটি লালুং গাঁৱৰ জামাই বস্তি আৰু কদমনি পথাৰৰ চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *