বটদ্ৰৱাত ছাত্ৰ নিৰুদ্দেশ

বটদ্ৰৱাত ছাত্ৰ নিৰুদ্দেশ।উল্লেখযোগ্য যে নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মেলেকাধিং আদৰ্শ জাতীয় বিদিয়ালয় অষ্টম মান শ্ৰেণীৰ ৰ এগৰাকী ছাত্ৰ নাম ছোৱাইল আৰমান দেউতাৰ নাম হিফজুৰ ৰহমান ঘৰ গৰীয়া কাৱৈমাৰি। ছাত্ৰ গৰাকী যোৱা দুইদিন ধৰি নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈ আছে। ছাত্ৰ গৰাকীৰ পৰিয়ালে নিজৰ আত্মীয় কুটোমক বিচাৰ খুচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই । পৰিয়ালৰ লোকে দগাও উপ আৰক্ষী পহৰা চকীত এখন এজাৰৰ দাখিল কৰিছে । ছাত্ৰ গৰাকীৰ বয়স ১৫ বছৰ গাৰ বৰণ বগা ওখ প্ৰায় আনুমানিক 4 ফুট । ছাত্ৰ গৰাকীৰ কোনো সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে যদি কোনো সদাসয় ব্যক্তিয়ে ছাত্ৰজনক প্ৰত্যক্ষ কৰে তেন্তে ৮৬৩৮৯১৭২৭৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *