বজালীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড
অগ্নিকাণ্ডত জাহ যায় কিতাপ আৰু গেলামালৰ দুখনকৈ দোকান
প্ৰায় ৮ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় বুলি দোকান স্বত্ত্বাধিকাৰী ৰণজিৎ কলিতাই জানিব দিয়ে
বহু পলমকৈ ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্ৱাপনৰ চেষ্টা কৰে ।
