বকোৰ ৰূপনগৰ হাইস্কুলত ছাত্র ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি

বকোৰ ৰূপনগৰ হাইস্কুলত ছাত্র ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ নামত অহা চাউল কেনেকৈ অপচয় হৈছে তাৰে এক জলন্ত উদাহৰণ ।বিদ্যালয়ৰ জংঘলত উদ্ধাৰ হৈছে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউল। দীৰ্ঘ দিন ধৰি স্কুলৰ কোঠাত মজুত আছিল প্ৰায় ২৭ বস্তা চাউল ৷ চাউলখিনি বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিটিৰ সভাপতিয়ে মিলি চাউলখিনি হৰলুকি কৰাৰ অভিযোগ উঠিছে ।যাক লৈ সর্বত্তে সৃষ্টি হৈছে প্রতিক্রিয়া। প্ৰশ্ন হয় চাউলখিনি নষ্ট কৰাৰ অধিকাৰ কত পালে শিক্ষকগৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *