বকো টাউন বাপটিজ চাৰ্জত বৰ দিন উৎযাপন।

বকো টাউন বাপটিজ চাৰ্জত
বৰ দিন উৎযাপন।
সমগ্ৰ দেশৰ লগতে বকোটো বৰ দিন উৎযাপন কৰে।
ৰাতিপুৱাৰে পৰা বকো টাউন বাপটিজ চাৰ্জত শাস্ত্ৰ পাত, প্ৰাৰ্থনা, গীত মাত আদি কৰা হয়। ইয়াৰ পিছতে বৰদিনৰ বাৰ্তা আগবঢ়ায় যুব সম্পাদক খৃমা নং ৮ৰ নেভিল এন চাংগাই।
শেষত আৰ্শীবাদ প্ৰাৰ্থনা কৰাৰ লগতে চান্তাক্লোজৰ আগমন ঘটে। কন কন লৰা ছোৱালীৰ সৈতে নৃত্য গীত কৰাৰ লগতে উপহাৰ আগবঢ়ায়।
আজিৰ এই বৰ দিন উৎযাপন ৰ অনুষ্ঠানটি পৰিচালনা কৰে জোনাথন মাৰাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *