প্ৰশ্ন কাকত ফাদিলক লৈ মাৰ্ঘেৰিটাত আছুৰ পুতলিকা দাহ । প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া । মাৰ্ঘেৰিটাত আছুৰ উত্তাল প্ৰতিবাদ ৷ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী ৷ অধ্যক্ষকক বহিস্কাৰ কৰাৰ দাবী মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ ।শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ ৷ মাৰ্ঘেৰিটাৰ চেগুনবাৰীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে ৷ মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান ।
