প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেমপ্লেটত ‘Bharat’ ৷ G20 সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ নেমপ্লেটত ‘Bharat’ লিখাৰ পাছতেই সামাজিক মাধ্যমত চৰ্চিত দুখন বিশেষ ফটো৷ এখন হৈছে ২০২২ চনৰ ইণ্ডোনেছিয়াৰ বালি সন্মিলনৰ৷ য’ত লিখা আছিল ‘INDIA’ আৰু আনখন হৈছে দিল্লীত অনুষ্ঠিত হৈ থকা G20 শিখৰ সন্মিলনৰ৷ য’ত লিখা হৈছে ‘Bharat’৷
