গৌৰীপুৰৰ বন্দীহানাত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিমাৰ্ণৰ নামত ধন সংগ্ৰহ কৰাকলৈ প্ৰতিক্ৰিয়া। গৌৰীপুৰৰ বন্দীহানাত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিমাৰ্ণৰ নামত ধন সংগ্ৰহ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল।
কিন্তু আজি সদস্য গৰাকীয়ে উক্ত বাতৰিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিতাধিকাৰীয়ে অভিযোগ কৰা খিনি সম্পূৰ্ণ ভিত্তিহীন বুলি।
বন্দিহানা ৪নং ওৱাটৰ সদস্য মইনুল হকৰ ওপৰত ওলাইছিল ধন সংগ্ৰহ কৰাৰ অভিযোগ। কিন্তু সদস্য কৰাকীয়ে সংবাদমাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি কয় এইটো এটা ষড়যন্ত্ৰ।
