প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’ব স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন

41

প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’ব স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন।

বিধানসভা সচিবালয়ত স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন।

বিধানসভাৰ পুৰণি ভৱনত অনুষ্ঠিত হ’ব এই সন্মিলন।

সন্মিলনৰ পূৰ্বে সংবাদমেল সম্বোধন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।

ৰাজ্যৰ ১০খন স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিয়ে অংশ ল’ব সন্মিলনত।