- পূজাৰ আনন্দৰ মাজতে নগাঁৱত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
- উল্লেখযোগ্য যে নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক।
- জানিব পৰা মতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
- নগাঁৱৰ কুৰুৱাবাহী চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
- দুৰ্ঘটনা হোৱা আটাইকেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।
