পুৰণি পেঞ্চন নীতি (OPS) বাহাল ৰখাৰ দাবীত বিজনীত কৰ্মবিৰতি

পুৰণি পেঞ্চন নীতি (OPS) বাহাল ৰখাৰ দাবীত এন পি এছৰ অধীনত চাকৰিত যোগদান কৰা চিৰাং জিলা ন‍্যায়িক কৰ্মচাৰী সন্থা আৰু বিজনী আদালতৰ কৰ্মচাৰী সমাজৰ দুদিনীয়াকৈ কৰ্ম বিৰতি পালন কৰে।
সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ
আহ্বানত চিৰাং জিলা ন‍্যায়িক কৰ্মচাৰী সন্থা আৰু বিজনী আদালতৰ কৰ্মচাৰী সমাজে বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন‍্যায়াধীশৰ আদালতৰ চৌহদত দুদিনীয়াকৈ কৰ্ম বিৰতি পালন কৰে।
পুৰণি পেঞ্চন নীতি বাহাল ৰাখক , আমাৰ ভৱিষ্যত নিশ্চিত কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *