পুনৰ মুখথেকেচা পাকিস্তানী চোৰাংচোৰাৰ

পুনৰ মুখথেকেচা পাকিস্তানী চোৰাংচোৰাৰ। দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা অৰ্থাত এল অ’চি ওচৰত ভাৰতীয় সেনাই আটক কৰিবলৈ সক্ষম হয় পাকিস্তানী চোৰাংচোৰাক।উল্লেখযোগ্য যে এল অ’চি সমীপৱৰ্তী এলেকাত প্ৰায় ১৭ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী চোৰাং ভাৱে সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় সেনাৰ হাতত ধৰা পৰে চোৰাংচোৱা বাহিনী। এই কথা প্ৰকাশ কৰে ভাৰতীয় সেনাৰ এজন প্ৰতিৰক্ষা মুখপাত্ৰই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *