পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী

73

পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী।

মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ৰ’পেক্স ফেৰী আবদ্ধ।

অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈ আছিল ফেৰীখন।

ফেৰীখনত আছিল ১৬০ গৰাকী যাত্ৰী ।

৩৬ খন দুচকীয়া, ১৩ খন চাৰিচকীয়া বাহনো আছিল ফেৰীখনত।

প্ৰায় এঘণ্টাৰ অন্তত অন্য এখন ফেৰীৰে উদ্ধাৰ যাত্ৰীসকলক।