পুনৰ পাইৰেচীৰ কবলত অসমীয়া ছবি

পুনৰ পাইৰেচীৰ কবলত অসমীয়া ছবি। এইবাৰ পাইৰেচীৰ কবলত পৰিল সদ্যমুক্তিপ্ৰাপ্ত বহু বিতৰ্কৰ পিছত মুক্তি লাভ কৰা অসমীয়া ছবি শ্ৰীৰঘুপতি। চিনেমা হললৈ গৈ ছবিখনৰ কিয়দাংশ মোবাইলত ৰেকৰ্ড কৰি একাংশই আপলোড কৰিলে ফেচবুক পেজ তথা ইউটিউব চেনেলত। ইতিমধ্যেই ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *