পুনৰ চৰ্চাত শুকুৰ আলী

পুনৰ চৰ্চাত শুকুৰ আলী
কিন্তু এইবাৰ ৰাজনীতি অথবা শ্বুটিং কৰি নহয় এইবাৰ ৰঙাঘৰৰ আলহী হৈ চৰ্চাত আহিল শুকুৰ আলী।

ৰাজনীতি অথবা মিউজিক ভিডিঅ নহয় এইবাৰ দালালীত নামিছে শুকুৰ আলী।

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ধন আত্মসাৎৰ অভিযোগ শুকুৰ আলীৰ বিৰুদ্ধে।

প্ৰায়ে ৰাইজক হাঁহিৰ খোৰাক যোগাৱা শুকুৰ আলী এইবাৰ আৰক্ষীৰ জালত।

হয় আপোনালোকে ঠিকেই শুনিছে ধন আত্মসাৎ কৰাত ব্যস্তহৈ পৰিছে দাদা শুকুৰ আলী।

এইজন শুকুৰ আলী দাদাক উজনী অসমৰ সদিয়াৰ পৰা নামনি অসমৰ ধুবুৰীলৈকে নতুনকৈ পৰিচয় দিয়াৰ প্ৰয়োজনেই নাই।

কেতিয়াবা ৰাজনীতি আকৌ কেতিয়াবা একটিং কৰি ৰাইজক হাঁহিৰ খোৰাক যোগাৱা শুকুৰ আলী এইবাৰ বেয়াকৈ ফছিল।

কথাতে আছে এশ গৰু মাৰিলে বাঘৰো মৰন এয়াই হ’ল মৰমৰ দাদা শুকুৰ আলীৰ সৈতে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *