পুনৰ আৰক্ষীৰ জালত ভূ-মাফিয়া

পুনৰ মহানগৰ আৰক্ষীৰ জালত ভূ-মাফিয়া। বশিষ্ঠ আৰক্ষীৰ জালত ভূ-মাফিয়া ভৱানন্দ পাঠক। সাউকুছিৰ এটুকুৰা ভূমিৰ ক্ষেত্ৰত কৰিছিল খেলিমেলি । খেলিমেলিৰ অভিযোগত বশিষ্ঠ থানাত এজাহাৰ ভুক্তভোগীৰ। এজাহাৰৰ ভিত্তিত ভৱানন্দ পাঠকক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *