পুত্ৰৰ হাতত মৃত্যু পিতৃৰ

33

এইবাৰ ছিপাঝাৰত সুৰাসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। গোৱালঝাৰত পুত্ৰ শশাংকৰ দাৰ ঘাপত নিহত ইন্দ্ৰকান্ত শৰ্মা। প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত মৃত্যু ইন্দ্ৰকান্ত শৰ্মাৰ। বুধবাৰে হত্যাকাৰী পুত্ৰই প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক। সংকটজনক অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। নিশা চিকিৎসাধীন অৱস্থাতে GMCHত মৃত্যু হয় ইন্দ্ৰকান্ত শৰ্মাৰ। মাতৃ চিকিৎসাধীন।