পশ্চিমবংগত EDৰ অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ

পশ্চিমবংগত EDৰ অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ। নৰ্থ ২৪ পৰগনাৰ ছন্দেশশালীত অভিযান চলাবলৈ গৈছিল EDৰ দল। বনগাঁও পৌৰ নিগমৰ অধ্যক্ষ শংকৰ আধ্যাৰ ঘৰত চলিছিল EDৰ অভিযান। ৰেচন কেলেংকাৰি সন্দৰ্ভত EDয়ে চলাইছিল অভিযান। অভিযানৰ পৰা ওভতাৰ পথতে EDৰ দুখনকৈ বাহনৰ ওপৰত চলিল আক্ৰমণ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *