পশ্চিম যোৰহাটত জব্দ গৰু ভৰ্তি বলেৰ পিক আপ বাহন

নিউজ ডেস্ক,২০জুলাই : পশ্চিম যোৰহাটত জব্দ গৰু ভৰ্তি বলেৰ পিক আপ বাহন।পশ্চিম যোৰহাটৰ পুলিব থানাৰ অন্তৰ্গত বাই পাছৰ পৰা চাৰিগাঁও দাহিশুৰ পৰা নগাঁৱলৈ নিবলৈ আনিছিল গাড়ীখন।As 05 AC 4133 নম্বৰৰ গাড়ী খন সহ দুজন ব্যক্তি আটক কৰিছে পুলিবৰ আৰক্ষীয়ে।অনুচিত জাতি অধিকাৰ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মানস জ্যোতি দাসৰ লগত যোৱা এটা সজাতি দলে গাড়ীখনৰ গৰু সহ পুলিবৰ আৰক্ষী চকীত গতাই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *