পৰ্বতঝোৰা কাজিগাওঁ চক্ৰ পৰিদৰ্শক ৰাজু গগৈৰ বৃহৎ সাফল্য।
নিশা অভিযান চলাই ১১টাকৈ চোৰাং গৰু জব্দ।
পশ্চিম বিলাসীপাৰাৰ শিলবাৰীত পুনৰ ১১টা চোৰাং গৰু জব্দ।
কাজিগাঁও আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাজু গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নিশা চলায় চোৰাং গৰুৰ বিৰুদ্ধে অভিযান।
গোপন খবৰৰ ভিক্তিত চলোৱা অভিযানত ঘন জংঘলৰ পৰা ১১ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
অৱশ্যে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ এজন সদস্যকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।
আৰক্ষীৰ উপস্থিতিৰ উমান পাই চোৰাং গৰু মাফিয়াৰ দলে এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।
এতিয়া প্ৰশ্ন হৈছে আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰে ঠিকেই কিন্তু চোৰাং বেপাৰী কিয় কৰায়ত্ত কৰিব নোৱাৰে ?
এয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।
