পথ নিৰ্মাণৰ দাবীত চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ।

পথ নিৰ্মাণৰ দাবীত চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ।

ধেমাজি জিলাৰ চিলাপথাৰ স্থিত লোকনিৰ্মান বিভাগৰ
জোনাই টেৰিটৰিয়েল পথ সংমণ্ডল,
কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা ও চিলাপাথৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা চিলাপথাৰ আৱৰ আলি পথ নিৰ্মাণৰ দাবীত আজি অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ও অভিযন্তাৰ জৰিয়তে জিলা উপায়ুক্ত লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি ১৪ দিনৰ ভিতৰতে নিৰ্মাণৰ সবিশেষ উত্তৰ বিচাৰে। অন্যথা পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *