নীতা আম্বানীয়ে ক্ৰয় কৰিলে ১০০ কোটি টকাৰ এখন গাড়ী

◾নীতা আম্বানীয়ে ক্ৰয় কৰিলে ১০০ কোটি টকাৰ এখন গাড়ী

◾তাৎপৰ্যপূৰ্ণভাৱে নীতা আম্বানীয়েও দামী গাড়ীৰ প্ৰতি আকৰ্ষিত। শেহতীয়াকৈ তেওঁ নিজৰ সংগ্ৰহত এখন নতুন বিলাসী গাড়ী অন্তৰ্ভুক্ত কৰিছে। এই গাড়ীখনৰ নাম হৈছে অ’ডি এ৯ জেচমিন। এই গাড়ীখনৰ ৰূপ টেছলা গাড়ীৰ সৈতে যথেষ্ট মিল আছে। কোৱা হৈছে যে অ’ডি কোম্পানীত এনে লিমিটেড গাড়ীহে নিৰ্মাণ কৰা হয়। এই গাড়ীখন ভাৰতত এতিয়াও উপলব্ধ হোৱা নাই।

◾নীতা আম্বানীয়েও এই বাহনখন আমেৰিকাৰ পৰা আমদানি কৰিছে। এই বাহনখনৰ প্ৰকৃত মূল্য ₹ ৯০ কোটি, কিন্তু ইয়াক আমেৰিকাৰ পৰা ভাৰতলৈ আমদানি কৰিবলৈ নীতা আম্বানীয়ে ₹ ১০০ কোটিৰ সম্পূৰ্ণ ধন দিব লগা হৈছিল। কোৱা হৈছে যে নীতা আম্বানীয়ে নিজৰ অফিচলৈ অহা-যোৱা কৰাৰ বাবে এই গাড়ীখন কিনিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *