নিমিষতেই চূৰমাৰ প্ৰেমাস্পদৰ সপোন

নিমিষতেই চূৰমাৰ প্ৰেমাস্পদৰ সপোন! মৰম-ভালপোৱাৰ লগতে প্ৰতিটো মুহূৰ্ততে মোক তোমাৰ প্ৰয়োজন, চিৰদিনৰ বাবে মোৰ হৃদয়ত কেৱল তোমাৰেই স্থান। এনে বহু কথাই ক’ব ৰৈ গ’ল মনে বিচৰা প্ৰিয়জনৰ আগত। ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত পোৱা গৈছে প্ৰেমপত্ৰ, কবিতা আৰু পুতলা। হয়তো কোনো প্ৰেমিক-প্ৰেমিকাই আপোনজনলৈ লিখিছিল মনৰ কথাবোৰ। পিছে সেই অভিশপ্ত ৰে’ল দুৰ্ঘটনাৰ বাবেই হয়তো পূৰণ নহ’ল সপোনবোৰ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ হোৱা প্ৰেমপত্ৰ, কবিতা আৰু পুতলা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *