নামতিৰ নতুন লোণপূৰীয়াত উদ্ধাৰ হৈছে এটা মৃতদেহ

নামতিৰ নতুন লোণপূৰীয়াত উদ্ধাৰ হৈছে এটা মৃতদেহ

পুখুৰীত পৰি মৃত্যু হৈছে অতুল বৰা নামৰ এজন ব্যক্তিৰ ।।

মৃত অতুল বৰাৰ বয়স প্ৰায় ৬০ বছৰ

চাৰি মান বজাত পুখুৰীত জাল পাতিবলৈ গৈছিল বুলি জানিব পৰা গৈছে ।।

সন্ধিয়ালৈকে ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোকে সন্ধান কৰে যদিও প্ৰথম অৱস্থাত বিছাৰি নাপায় ।।

পৰৱৰ্তী সময়ত ঘৰৰ ওচৰত পুখুৰীত টৰ্চ মাৰি মাৰি পুতেকে দেউতাকৰ চেন্দেল পতক্ষ্য কৰে ।

তাৰ পিছত স্থানীয় লোকক বিষয়টো অৱগত কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ পুখুৰীত মৃতদেহ প্ৰত্যক্ষ কৰে ।।


পুখুৰীত পিছলি পৰাৰ সন্দেহ পৰিয়ালবৰ্গৰ।

ইতিমধ্যে ঘটনা স্থলীত হালোৱাটিঙ আৰক্ষী উপস্থিত হৈছে ।।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *