নাজিৰাত বিজেপিত খহনীয়া


নাজিৰাত বিজেপিত খহনীয়া।কংগ্ৰেছ দলৰ নীতি-আদৰ্শ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগদান বিজেপি যুৱ মৰ্চা জয়মতী মণ্ডলৰ উপসভাপতি।
দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰা।নাজিৰাৰ ৰাজীৱ ভৱনত এইগৰাকী বিজেপিকৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *