নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ খাদ্যৰ তালিকাত কি কি আছে জানেনে?

53

ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ….

১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও
২— ছাগলীৰ মাংস
৩—- মিছা মাছ ভজা
৪—- আদা দিয়া সৰু মাছ
৫— কাৱৈ, মাগুৰ মাছৰ আঞ্জা
৬—- আৰি, ভকুৱা , বৰালিৰ টেঙা আঞ্জা
৭—- চিকেন চুপ বইল
৮— মাহৰ দাইলৰ লগত খাহিৰ তেল
৯- মিক্সড দাইল
১০—- তৰকাৰী
১১– কলফুল ভাজি
১২— ঢেঁকীয়া ভাজি
১৩—- কল পছলা
১৪— সৰু আলু ভাজি
১৫— বৰা ভাজি
১৬— আলু পিটিকা
১৭— পদিনা চাটনি
১৮— তিল চাটনি
১৯— অমিতা খাৰ
২০– চালাদ
২১—- মিঠা দৈ
২২— গোপাল জামুন