নগাঁৱত স্পষ্ট হ’ল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত

নগাঁৱত স্পষ্ট হ’ল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত৷ ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ পাছত এইবাৰ প্ৰদ্যুৎ বৰদলৈৰ বেনাৰত অজ্ঞাত লোকে সানিলে ক’লা ৰং৷ নিশাই ৰাজীৱ ভৱনৰ পৰা আঁতৰোৱা হ’ল প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *